উভতি যাওক
114. আন-নাছ
1কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ
2মানুহৰ অধিপতিৰ
3মানুহৰ ইলাহৰ ওচৰত
4আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা
5যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে
6জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।
WEBREATH · 11:11
«If you are thankful, I will give you more» — Quran 14:7
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath